ৰাজকন্যা বৰুৱালৈ পুনৰ দিছপুৰ আৰক্ষীৰ চমন…

ৰাজকন্যা বৰুৱালৈ পুনৰ দিছপুৰ আৰক্ষীৰ চমন।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে তৎপৰ হৈছে দিছপুৰ আৰক্ষী।

বৰ্তমান GNRC ত চিকিৎসাধীন নিশা সন্ত্ৰাস সৃষ্টি কৰা ৰাজকন্যা বৰুৱা।

যি কোনো মূহুৰ্তত গ্ৰেপ্তাৰ হ’ব পাৰে ৰাজকন্যা।

Leave a Comment