অসম

ৰহস্যজনক! মহানগৰীত বন্ধুৰ ভাড়াঘৰত উদ্ধাৰ ৰূপজ্যোতি শৰ্মাৰ মৃতদেহ…

গুৱহাটী মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।

মহানগৰীৰ বেলতলাত এগৰাকী যুৱকৰ ৰহস্যজনক মৃত্যু।

এজন বন্ধুৰ ভাড়াঘৰত উদ্ধাৰ ৰূপজ্যোতি শৰ্মাৰ মৃতদেহ।

মৃত যুৱকজন জয়ানগৰৰ শান্তিগ্ৰামৰ হাউচিং কমপ্লেক্সৰ বাসিন্দা।

বাহিৰৰ পৰা তলা বন্ধ ঘৰত উদ্ধাৰ মৃতদেহটো।

ঘটনা সন্দৰ্ভত ৰাহুল আলী নামৰ এজনক আটক কৰিছে বশিষ্ঠ আৰক্ষীেয়ে।

Related Articles

Back to top button