fbpx
অসম

ৰহস্যজনক! গুৱাহাটী মহানগৰীৰ ডাউন টাউনৰ পৰা নিৰুদ্দেশ যুৱতী, পৰিয়ালত হাহাকাৰ…

গুৱাহাটী মহানগৰীৰ ডাউন টাউনৰ সৰুমটৰীয়াৰ পৰা নিৰুদ্দেশ এগৰাকী যুৱতী।

আজি পুৱাৰে পৰা সন্ধানহীন সৰুমটৰীয়াৰ যুৱতী পাৰবীন চুলতানা।

নিজৰ ঘৰৰ পৰাই সন্ধানহীন হৈছে ২৬ বছৰীয়া যুৱতীগৰাকী।

পুৱা শোৱাপাটীত যুৱতীগৰাকীক নেদেখি হাহাকাৰ লাগে পৰিয়ালৰ মাজত।

ঘটনা সন্দৰ্ভত ইতিমধ্যেই পৰিয়ালৰ লোকে দিছপুৰ থানাত দাখিল কৰিছে এজাহাৰ।

কোনো লোকে যুৱতীগৰাকীৰ সন্ধান পালে ৭০৮৬২৯৬৩৯৩ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।

Related Articles

Back to top button