fbpx
অসম

ৰহস্যজনক! কৰ্মস্থলীলৈ যোৱাৰ পথত সন্ধানহীন অসমৰ সেনা জোৱান বিতুপন মেছ…

এক ৰহস্যজনক ঘটনা।

কৰ্মস্থলীলৈ যোৱাৰ পথত সন্ধানহীন এগৰাকী সেনা জোৱান।

সন্ধানহীন সেনা জোৱান জন তিনিচুকীয়াৰ ফিল’বাৰী ৰংপুৰ মেছ গাঁ‌ৱৰ বিতুপন মেছ।

বিতুপন মেছ নিজৰ কৰ্মস্থলী জম্মু কাশ্মীৰলৈ যোৱাৰ পথৰ পৰাই সন্ধানহীন হৈ আছে।

ডিব্ৰুগড় পৰা বিমানৰে নতুন দিল্লীত অৱতৰণ কৰাৰ পিছতে যোৱা ২২ ফেব্ৰুৱাৰী পৰাই সন্ধানহীন হৈ আছে সেনা জোৱানজন।

ইতিমধ্যে পৰিয়ালৰ লোকে ফিল’বাৰী থানাত এজাহাৰ দাখিল কৰিছে।

Related Articles

Back to top button