৭ জুনলৈ বৃদ্ধি তৃতীয়-চতুর্থ বৰ্গৰ পদৰ আবেদনৰ সময়সীমা…

৭ জুনলৈ বৃদ্ধি তৃতীয়-চতুর্থ বৰ্গৰ পদৰ আবেদনৰ সময়সীমা

চৰকাৰী বিভাগসমূহৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাছনি প্ৰক্ৰিয়াৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰা ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ অধীনত প্ৰাৰ্থীসকলে চাকৰিৰ বাবে আবেদনৰ সময়সীমা অহা ৭ জুনলৈ বৃদ্ধি কৰা হৈছে।

সেইমৰ্মে দুয়োখন আয়োগৰ সচিবে জাননী জাৰি কৰিছে।

image 180
৭ জুনলৈ বৃদ্ধি তৃতীয়-চতুর্থ বৰ্গৰ পদৰ আবেদনৰ সময়সীমা... 2

উল্লেখ্য যে যোৱা ২৫ মাৰ্চত আয়োগে প্ৰাৰ্থীসকলৰ পৰা আবেদন বিচাৰি বিজ্ঞাপন দিছিল।

সম্প্রতি আবেদনৰ সময়সীমা অহা ৭ জুনলৈ বৃদ্ধি কৰা হ’ল।

উল্লেখ্য যে, অনলাইনযোগে কৰা আবেদনহে আয়োগে গ্ৰহণ কৰিছে।

Leave a Comment