অসম
৬ ছেপ্টেম্বৰত ৰাজ্যৰ সকলো চাহ বাগিচা বন্ধ ঘোষণা…

৬ ছেপ্টেম্বৰত ৰাজ্যৰ সকলো চাহ বাগিচা বন্ধ ঘোষণা।
মঙলবাৰে কৰম পূজা উপলক্ষে অসম চৰকাৰৰ তৰফৰ পৰা সকলো চাহ বাগিছা বন্ধৰ ঘোষণা কৰা হৈছে।
৬ ছেপ্তেম্বৰৰ পৰিৱৰ্তে আন এটা বন্ধৰ দিনত শ্ৰমিকক কাম কৰাৰ নিৰ্দেশ।
এই সন্দৰ্ভত বাগিচা কৰ্তৃপক্ষৰে মিলি লোৱা হ’ব সিদ্ধান্ত।