
নিউজ ডেস্ক। নিজ বিদ্যালয়ৰ ৬ গৰাকীকৈ কণমানি ছাত্ৰীক যৌন নিৰ্যাতন চলােৱাৰ অভিযােগ উত্থাপিত হােৱাৰ পিছতে পলায়ন কৰা প্ৰধান শিক্ষক প্ৰদীপ চাংমাক গ্ৰেপ্তাৰ।
কাৰ্বি আংলং জিলাৰ বৈঠালাংছ’ৰ পৰা প্ৰদীপ চাংমাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
উল্লেখ্য যে বিশ্বনাথৰ চেলাইকাঠিৰ হলী চাইল্ড ইংলিছ স্কুলৰ প্ৰধান শিক্ষক প্ৰদীপ চাংমা।
বিদ্যালয়ৰ হােষ্টেলত প্ৰৱেশ কৰি এই লজ্জাজনক কাণ্ড সংঘটিত কৰে প্ৰধান শিক্ষকগৰাকীয়ে।

ভুক্তিভােগী ছাত্ৰীসকলে এই কথা অভিভাৱকক অৱগত কৰাৰ পিছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।
ঘটনাৰ খবৰ লাভ কৰি বিদ্যালয়ত উপস্থিত হৈ ঘটনাৰ বুজ লয় আৰক্ষীয়ে।
অৱশেষত কাৰ্বি আংলং জিলাৰ বৈঠালাংছ’ৰ পৰা পলাতক প্ৰধান শিক্ষক প্ৰদীপ চাংমাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।