৪ কোটি টকা মূল্যৰ ড্ৰাগছসহ মহানগৰ আৰক্ষীৰ জালত ৪ সৰবৰাহকাৰী…

মহানগৰীত অব্যাহত আৰক্ষীৰ ড্রাগছবিৰোধী অভিযান।

প্রায় ৪ কোটি টকা মূল্যৰ ড্রাগছ জব্দ বশিষ্ঠ আৰক্ষীৰ।

লগতে আৰক্ষীৰ জালত পৰিছে ৪ গৰাকীকৈ সৰবৰাহকাৰী।

664
৪ কোটি টকা মূল্যৰ ড্ৰাগছসহ মহানগৰ আৰক্ষীৰ জালত ৪ সৰবৰাহকাৰী... 2

গ্ৰেপ্তাৰ কৰা চাৰি সৰবৰাহকাৰীৰ হৈছে- কেলভিন ক্লেন, মনখৰ ৰংহাং, মানিক ইংতিং আৰু ধ্ৰুবজ্যোতি বৰা।

খানাপাৰাৰ পৰা জালুকবাৰী অভিমুখী এখন বাহনৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ড্ৰাগছখিনি।

এখন ML10C1641 নম্বৰৰ ইকো বাহনৰ পৰা জব্দ কৰা হৈছে ড্ৰাগছ খিনি।

Leave a Comment