৩ বাংলাদেশী গৰু সৰবৰাহকাৰীক আটক বিএছএফৰ

নিউজ ডেস্ক। বাংলাদেশলৈ গৰুৰ চােৰাং বেহা অব্যাহত থকাৰ মাজতে সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বিএছএফৰ অভিযানত আটক হ’ল ৩ টাকৈ বাংলাদেশী গৰু সৰবৰাহকাৰী।

G3 14
৩ বাংলাদেশী গৰু সৰবৰাহকাৰীক আটক বিএছএফৰ 2

জানিব পৰা মতে, মেঘালয়ৰ দক্ষিণ গাৰাে পাহাৰ জিলাৰ এলেকাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী অঞ্চলত বিএছএফৰ জােৱানসকলে আটক কৰে বাংলাদেশৰ গৰু সৰবৰাহকাৰী কেইটাক।

মেঘালয় ফ্ৰন্টিয়াৰ বিএছএফ কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি, তিনিওজনকৈ ভাৰতৰ ভূ-খণ্ডৰ ভিতৰতে আটক কৰা হয়।

তেওঁলােকে মেঘালয় পৰা বাংলাদেশলৈ গৰু সৰবৰাহ কৰাৰ অপচেষ্টা চলাইছিল।

Leave a Comment