২২ অক্টোবৰৰ পৰা ৪৮ ঘন্টাৰ বাবে বন্ধ থাকিব পেট্ৰ’ল পাম্প…

২২ অক্টোবৰৰ পৰা ৪৮ ঘন্টাৰ বাবে বন্ধ থাকিব পেট্ৰ’ল পাম্প।

২২ অক্টোবৰৰ পুৱা ৬ বজাৰ পৰা ২৪ অক্টোবৰৰ পুৱা ৬ বজালৈ বন্ধ থাকিব সকলো পেট্ৰ’ল পাম্প৷

উঃ-পূব পেট্ৰলিয়াম ডিলাৰ এছচিয়েচনৰ এই ঘোষণা।

বন্ধ ৰাখিব গুৱাহাটী মহানগৰিত পেট্ৰ’ল পাম্পো।

২৪ অক্টোবৰলৈ বন্ধৰ আহ্বান সংগঠনটোৰ গুৱাহাটী শাখাৰ।

image 7
২২ অক্টোবৰৰ পৰা ৪৮ ঘন্টাৰ বাবে বন্ধ থাকিব পেট্ৰ’ল পাম্প... 2

৪৮ ঘণ্টাৰ বাবে গুৱাহাটীত পেট্ৰ’ল পাম্প বন্ধৰ সিদ্ধান্ত।

পেট্ৰল কোম্পানী সমূহৰ মইমতালিৰ বাবে এই প্ৰতিবাদী সিদ্ধান্ত গ্ৰহণ কৰিছে ডিলাৰ্ছ এচ’ছিয়েশ্বনে।

Leave a Comment