fbpx
অসম

২০২২ চনৰ শেষৰফালে মুকলি হ’ব AIIMS: মুখ্যমন্ত্ৰী…

২০২২ চনৰ শেষৰফালে মুকলি হ’ব AIIMS।

২০২৩ চনত উত্তৰ দক্ষিণ গুৱাহাটী সংযোগী দলং মুকলি হ’ব।

এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

লগতে AIIMSত চিকিৎসাৰ বাবে অহা ৰোগী-অভিভাৱক থাকিব পৰাকৈ পৰ্যটক নিবাস নিৰ্মাণ কৰা হ’ব বুলিও মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ।

৪৭ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’ব পৰ্যটক নিবাস।দুই বছৰৰ ভিতৰত সমগ্ৰ প্ৰকল্প সম্পন্ন কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।

লগতে অসমৰ প্ৰতিটো উপায়ুক্ত কাৰ্যালয়ৰ লগত ইণ্টিগ্ৰেডেত কাৰ্যলয় নিৰ্মাণৰ পৰামৰ্শ। প্ৰথমবাৰৰ বাবে কামৰূপ জিলাত এই কাম আৰম্ভ হ’ব।

আনহাতে আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন ক্ৰীড়া একাডেমি নিৰ্মাণৰ লক্ষ্য ৰাজ্য চৰকাৰৰ।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!