১ ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ফেৰী সেৱাৰ টিকটৰ দাম…

১ ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীত বৃদ্ধি পাব ফেৰী সেৱাৰ টিকটৰ দাম।

গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ফেৰী সেৱাৰ দাম বৃদ্ধি।

আঢ়ৈ টকাৰ পৰিৱৰ্তে এতিয়াৰ পৰা টিকটৰ দাম হ’ব ৫ টকা।

এতিয়াৰ পৰা দুচকীয়া বাহনসহ ব্ৰহ্মপুত্ৰ পাৰ হ’বলৈ ভৰিব লাগিব ১৫ টকা।

আভ্যন্তৰীণ জল পৰিবহণৰ সঞ্চালকালয়ে দিছে এই নিৰ্দেশনা।