fbpx
অসম

১৯ জুনত হ’ব লগা স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গ পদৰ লিখিত পৰীক্ষা স্থগিত! কেতিয়া হ’ব পৰীক্ষা?

স্বাস্থ্য বিভাগৰ লিখিত পৰীক্ষাৰ দিন সাল সলনি।

১৯ জুনত হ’ব লগা স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গ পদৰ লিখিত পৰীক্ষা স্থগিত।

১৯ জুনৰ পৰিৱৰ্তে ৩ জুলাইত হ’ব পৰীক্ষা।

দিনৰ ১১ বজাৰ পৰা ১২.৩০ বজালৈ অনুষ্ঠিত হ’ব লিখিত পৰীক্ষা।

image 135

dme.assam.gov.in, dhs.assam.gov.in আৰু ayush.assam.gov.in সৱিশেষ জানিব পৰিব প্ৰাৰ্থীয়ে।

ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!