fbpx
অসম

১৪ এপ্ৰিলত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, মোদীৰ সন্মুখনত প্ৰদৰ্শিত হ’ব বিহু…

১৪ এপ্ৰিলত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

সৰুসজাইত মোদীৰ সন্মুখনত প্ৰদৰ্শিত হ’ব বিহু।

১০-১৫ হাজাৰ বিহুৱা-বিহুৱতীয়ে প্ৰধানমন্ত্ৰী মোডীৰ সন্মুখত প্ৰদৰ্শন কৰিব বিহু।

ৰঙালী বিহুক গীনিজ বুক অব্ ৰেকৰ্ডলৈ নিয়াৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ ৰাজ্য চৰকাৰৰ।

বিহুক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰো পদক্ষেপ।

কেবিনেট বৈঠকৰ অন্তত এই ঘোষণা মুখ্যমন্ত্ৰীৰ।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!