অসম

হিমা দাসৰ দুৰ্দান্ত প্ৰদৰ্শন! ২০০ মিটাৰ দৌৰৰ ছেমি ফাইনেলত প্ৰৱেশ হিমা দাসৰ…

ধিং এক্সপ্ৰেছ হিমা দাসে কঢ়িয়াই আনিছে আশাৰ খবৰ

কমনৱেলথ গেমছত হিমা দাসৰ দুৰ্দান্ত প্ৰদৰ্শন।

২০০ মিটাৰ ট্ৰেকত সকলোতকৈ আগত থাকি ছেমি ফাইনেলত প্ৰৱেশ কৰে হিমা দাসে।

২৩.৪২ ছেকেণ্ডেৰে প্ৰথম স্থানেৰে ছেমি ফাইনেললৈ হিমা দাস।

মহিলাৰ ২০০ মিটাৰ দৌৰৰ ছেমি ফাইনেলত প্ৰৱেশ হিমা দাসৰ।

অসম কন্যা তথা ধিং এক্সপ্ৰেছ হিমা দাসৰ পৰা এতিয়া অসমৰ লগতে সমগ্ৰ ভাৰতবাসীয়ে আশা কৰিছে স্বৰ্ণ পদক।

Related Articles

Back to top button