fbpx
অসম

হিটমেন ৰোহিত শৰ্মাৰ ছিক্সাৰ! কাজিৰঙালৈ টাটা গ্ৰুপৰ ৫ লাখ টকাৰ সাহায্য…

হিটমেন ৰোহিত শৰ্মাৰ এটা ছিক্সাৰে ভাল খবৰ আনিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ।

IPL2022ৰ Title Sponsor TATA GROUPৰ চৰ্ত আছিল যে, চলিত IPLত কোনো বেটছমেনে যদিহে বাউণ্ডেৰীৰ বাহিৰত থোৱা Tata Punchত বল লগাব পাৰে তেন্তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক প্ৰদান কৰা হ’ব ৫ লাখ টকাৰ সাহায্য।

অৱশেষত Tata Punch বাহনত বল লাগিল। হিটমেন ৰোহিত শৰ্মাৰ ছিক্সাৰত ‘আহত’Tata Punch।

হিটমেনৰ এই ছিক্সাৰৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে লাভ কৰিব ৫ লাখ টকাৰ উপহাৰ।

ৰোহিত শৰ্মাই গুজৰাট টাইটান্সৰ বিৰূদ্ধে কেৰিবিয়ান বলাৰ আলজাৰী যোচেফৰ বলত কোবোৱা ছিক্সাৰ পৰেগৈ বাউণ্ডেৰী বাহিৰত ৰখাই থোৱা Tata Punch ত।

চৰ্ত অনুসৰি ৰোহিত শৰ্মাৰ এই ছিক্সাৰৰ বাবে কাজিৰঙাই এতিয়া লাভ কৰিব ৫ লাখ টকাৰ সাহায্য।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!