হত্যাকাৰী ৰিণ্টু শৰ্মাৰ এনকাউণ্টাৰক ভুৱা আখ্যা আদালতৰ…

ধেমাজিৰ ৰিণ্টু শৰ্মাৰ এনকাউণ্টাৰক ভুৱা আখ্যা আদালতৰ।

এনকাউণ্টাৰ সন্দৰ্ভত তথ্য প্ৰমাণ দাখিলত ব্যৰ্থ ধেমাজি আৰক্ষী।

২০২১ৰ ২১ আগষ্টত মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াক ঘপিয়াই হত্যা কৰিছিল ৰিণ্টু শৰ্মাই।

আৰক্ষীৰ গুলীত আহত হৈছিল অভিযুক্ত ৰিণ্টু শৰ্মা।

পলায়নৰ চেষ্টা চলাই গুলীবিদ্ধ হোৱা বুলি জনাইছিল আৰক্ষীয়ে।