হঠাৎ অসুস্থ BTRৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাস…

হঠাৎ অসুস্থ BTRৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাস।

উচ্চ ৰক্তচাপত আক্ৰান্ত কাৰ্যবাহী সদস্য গৰাকী।

বাক্সাৰ ডুমুনীৰ এখন ফাৰ্মাচীত চিকিৎসা ঘনশ্যাম দাসৰ।

শুক্ৰবাৰে নিশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰাৰ কথা আছিল কাৰ্যবাহী সদস্যগৰাকীৰ।

বিজেপিত যোগদান সন্দৰ্ভত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ কথা আছিল দাসৰ।

দাসক সাক্ষাতৰ বাবে ফাৰ্মাচীৰ সন্মুখত বিজেপি ইউপিপিএৰ সদস্যৰ ভিৰ।

Leave a Comment