স্থগিত কৰা হ’ল অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ পৰীক্ষা…

স্বাস্থ্য বিভাগৰ নিযুক্তিৰ লিখিত পৰীক্ষা স্থগিত।

১৫ মে’ ত হ’ব লগীয়া লিখিত পৰীক্ষা অনিৰ্দিষ্ট কাললৈ স্থগিত।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অন্তৰ্গত তৃতীয় বৰ্গৰ টেকনিকেল আৰু নন-টেকনিকেলৰ পৰীক্ষা স্থগিত‌।

চতুৰ্থ বৰ্গৰো লিখিত পৰীক্ষা অনিৰ্দিষ্ট কাললৈ স্থগিত কৰা হৈছে।‌

image 11
স্থগিত কৰা হ'ল অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ পৰীক্ষা... 2

মুঠ 2720 পদৰ বাবে অনুষ্ঠিত হোৱাৰ কথা আছিল এই পৰীক্ষা।‌

নতুন নিৰ্দেশনা নহা পৰ্যন্ত স্থগিত থাকিব লিখিত পৰীক্ষা।

পৰীক্ষাৰ প্ৰবেশ প্ৰত্ৰ আৰু পৰীক্ষাৰ তাৰিখ পৰবৰ্তী সময়ত ঘোষণা কৰা হ’ব।

Leave a Comment