অসম

সেনা-আৰক্ষীৰ যৌথ অভিযানত আটক আলফাৰ তিনি লিংকমেন…

সেনা-আৰক্ষীৰ যৌথ অভিযানত আটক আলফাৰ তিনি লিংকমেন।

ডিগবৈত আলফাৰ তিনি লিংকমেনক আটক।

তিনিচুকীয়া জিলাৰ বৰডুমচা, পেঙেৰী, ডিগবৈ থানাৰ আৰক্ষী আৰু ভাৰতীয় সেনাৰ যৌথ অভিযানত তিনি যুৱকক আটক কৰে।

আটক কৰা যুৱক কেইজন ক্ৰমে বৰডুমচা ৰতনি পথাৰ গাঁৱৰ হৰকান্ত মৰাণ (২৪), মিহলি ঋতুপথাৰ গাঁৱৰ কলিয়া দহোটীয়া (৩৬) আৰু বৰডুমচাৰ দিপ্লৱ ফুকন(২৭)।

আলফা নেতা ৰূপম অসমৰ সৈতে সঘনে যোগসূত্ৰ ৰক্ষা কৰি চলাৰ অভিযোগত তিনি যুৱকক আটক কৰি চাৰিদিনৰ বাবে জিম্মাত লয় ডিগবৈৰ আৰক্ষীয়ে।

সম্প্ৰতি ধৃত যুৱক তিনিওজনক ডিগবৈ থানাত মাৰাথন জেৰা অব্যাহত ৰাখিছে।

Related Articles

Back to top button