সেনা-আৰক্ষীৰ অভিযানত আটক সন্দেহজনক ISI সদস্য, পত্নীকো আটক আৰক্ষীৰ…

সেনা-আৰক্ষীৰ অভিযানত আটক সন্দেহজনক ISI সদস্য।

তিনিচুকীয়াৰ পৰা আটক কৰা হৈছে সন্দেহযুক্ত আই এছ আইৰ সদস্যজনক।

তিনিচুকীয়াৰ হোটেল ছেফায়াৰৰ পৰা আটক কৰা হৈছে এই সন্দেহজনক আই এছ আইৰ সদস্যক।

আটকাধীন আই এছ আইৰ সন্দেহজনক সদস্যজনৰ নাম মহম্মদ হায়াট খাতিব।

আনহাতে আৰক্ষীয়ে হায়াট খাতিবৰ পত্নী ছামিনা যাকুবকো আটক কৰিছে।

ভাৰতীয় সেনা আৰু তিনিচুকীয়া আৰক্ষীয়ে আটক কৰে দুয়োকে। 

মহম্মদ হায়াট খাতিবৰ ঘৰ কৰ্ণাটকৰ হুবলিত।