অসম
সুখে-দুখে একেলগে ১৯টা বছৰ পাৰ কৰিলে পাপন আৰু পত্নী শ্বেতাই, বিবাহ বাৰ্ষিকীৰ অভিনন্দন…

আজি জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তৰ বিবাহ বাৰ্ষিকী।
সুখে-দুখে একেলগে ১৯টা বছৰ পাৰ কৰিলে পাপন আৰু পত্নী শ্বেতাই।
বিশেষ দিনটোত পত্নী শ্বেতা মিশ্ৰ মহন্তৰ সৈতে ছচিয়েল মিডিয়াত এখন সুন্দৰ ফটো শ্বেয়াৰ কৰিলে পাপনে।
এক প্ৰাকৃতিক পৰিৱেশত ঝুলনাত বহি থকা এখন ফটো শ্বেয়াৰ কৰিছে পাপনে।

ফেচবুকত ফটো শ্বেয়াৰ কৰি পাপনে লিখিছে – Happy 19 to us! Thank you Universe for your blessings!
দুয়োলৈ থাকিল বিবাহ বাৰ্ষিকীৰ অযুত শুভকামনা।