অসম

সুখবৰ! জাপানৰ Toyo Short Film Festivalলৈ নিৰ্বাচিত গুঞ্জন কলিতাৰ চুটি ছবি ‘জাবৰ’…

ৰাজ্যবাসীৰ বাবে এক সুখবৰ।

জাপানৰ Toyo Short Film Festivalলৈ নিৰ্বাচিত ছয়গাঁৱৰ গুঞ্জন কলিতাৰ চুটি ছবি ‘জাবৰ’।

বিশ্বৰ ২০০০খন ছবিৰ ভিতৰত শীৰ্ষ দহত স্থান লাভ কৰিছে ছবিখনে।

উল্লেখ্য যে, এই ফিল্ম ফেষ্টিভেলত নিৰ্বাচিত হোৱা ভাৰতৰ ছবি হৈছে ‘জাবৰ’।

‘কমদামী Flimmkers টীম’ৰ দ্বাৰা নিৰ্মিত চুটি ছবিখনৰ পৰিচালনা, চিনেমেট’গ্ৰাফী আৰু এডিটৰৰ দায়িত্বত আছিল গুঞ্জন কলিতা।

Related Articles

Back to top button