সুখবৰ! ইণ্ডো-নেপাল স্কেটিং চেম্পিয়নশ্বীপত দুটাকৈ সোণৰ পদক লাভ মন্ত্ৰী পীযূষ হাজৰিকা পুত্ৰৰ…

ৰাজ্যবাসীৰ বাবে এক সুখবৰ।

পঞ্চম ইণ্ডো-নেপাল ৰিয়েল ৰ’লাৰ স্কেটিং চেম্পিয়নশ্বিপত দুটাকৈ সোণৰ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে অৰ্থব অৰ্জুন হাজৰিকাই।

কাঠমাণ্ডুত অনুষ্ঠিত এই প্ৰতিযোগিতাখনৰ ৮ বছৰ অনুৰ্ধ শাখাত ২০০ মিটাৰ, ৪০০ মিটাৰত সোণৰ পদক অর্জন কৰিছে অৰ্থবই।

image 88
সুখবৰ! ইণ্ডো-নেপাল স্কেটিং চেম্পিয়নশ্বীপত দুটাকৈ সোণৰ পদক লাভ মন্ত্ৰী পীযূষ হাজৰিকা পুত্ৰৰ... 2

মন্ত্রী পীযূষ হাজৰিকা আৰু অভিনেত্রী আইমি বৰুৱাৰ সন্তান অৰ্থব অজুন হাজৰিকা।

শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত ভাৰতৰ লগতে অসমৰ কেইবাজনো খেলুৱৈয়ে পদক জয় কৰিবলৈ সক্ষম হৈছে।