অসম

সুখবৰ! ইণ্ডো-নেপাল স্কেটিং চেম্পিয়নশ্বীপত দুটাকৈ সোণৰ পদক লাভ মন্ত্ৰী পীযূষ হাজৰিকা পুত্ৰৰ…

ৰাজ্যবাসীৰ বাবে এক সুখবৰ।

পঞ্চম ইণ্ডো-নেপাল ৰিয়েল ৰ’লাৰ স্কেটিং চেম্পিয়নশ্বিপত দুটাকৈ সোণৰ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে অৰ্থব অৰ্জুন হাজৰিকাই।

কাঠমাণ্ডুত অনুষ্ঠিত এই প্ৰতিযোগিতাখনৰ ৮ বছৰ অনুৰ্ধ শাখাত ২০০ মিটাৰ, ৪০০ মিটাৰত সোণৰ পদক অর্জন কৰিছে অৰ্থবই।

image 88

মন্ত্রী পীযূষ হাজৰিকা আৰু অভিনেত্রী আইমি বৰুৱাৰ সন্তান অৰ্থব অজুন হাজৰিকা।

শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত ভাৰতৰ লগতে অসমৰ কেইবাজনো খেলুৱৈয়ে পদক জয় কৰিবলৈ সক্ষম হৈছে।

Related Articles

Back to top button