নিউজ ডেস্ক। SI পৰীক্ষাৰ প্ৰশ্নকাকত ভাইৰেল।
সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে SI পৰীক্ষাৰ প্ৰশ্নকাকত।
উল্লেখ্য যে, দেওবাৰে অনুষ্ঠিত হৈছিল আৰক্ষী উপ-পৰিদৰ্শকৰ পৰীক্ষা।

পৰীক্ষাৰ্থীক আনিবলৈ দিয়া হোৱা নাছিল পৰীক্ষাৰ প্ৰশ্নকাকত।
সম্প্ৰতি ম’বাইলে-ম’বাইলে ভাইৰেল হৈ পৰিছে পৰীক্ষাৰ প্ৰশ্নকাকত।
যাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
লগতে চাওকঃ
বিৰল দৃশ্য! মাইকী হাতীয়ে জন্ম দিলে দুটাকৈ পোৱালী, দৃশ্য চাবলৈ ভিৰ পৰ্যটকৰ
