অসম

সামাজিক মাধ্যমত ভাইৰেল SI পৰীক্ষাৰ প্ৰশ্নকাকত…

নিউজ ডেস্ক। SI পৰীক্ষাৰ প্ৰশ্নকাকত ভাইৰেল।

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে SI পৰীক্ষাৰ প্ৰশ্নকাকত।

উল্লেখ্য যে, দেওবাৰে অনুষ্ঠিত হৈছিল আৰক্ষী উপ-পৰিদৰ্শকৰ পৰীক্ষা।

617

পৰীক্ষাৰ্থীক আনিবলৈ দিয়া হোৱা নাছিল পৰীক্ষাৰ প্ৰশ্নকাকত।

সম্প্ৰতি ম’বাইলে-ম’বাইলে ভাইৰেল হৈ পৰিছে পৰীক্ষাৰ প্ৰশ্নকাকত।

যাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

লগতে চাওকঃ

বিৰল দৃশ্য! মাইকী হাতীয়ে জন্ম দিলে দুটাকৈ পোৱালী, দৃশ্য চাবলৈ ভিৰ পৰ্যটকৰ

G7 5

Related Articles

Leave a Reply

Back to top button