fbpx
অসম

সাধাৰণ জনতাৰ মূৰত ৰামটাঙোন! পুনৰ প্ৰতি ইউনিটত ৫০ পইচাকৈ বৃদ্ধি পাব বিদ্যুতৰ মাচুল…

সাধাৰণ জনতাৰ মূৰত পুনৰ ৰামটাঙোন।

ৰাজ্যত পুনৰ বৃদ্ধি পাব বিদ্যুতৰ মাচুল।

প্ৰতি ইউনিটত বৃদ্ধি কৰা হ’ব ৫০ পইচাকৈ।

প্ৰতি ইউনিটত FPPAয়ে ৫০ পইচাকৈ বৃদ্ধি কৰা হৈছে।

ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিল মাহলৈ কাৰ্যকৰী হ’ব বৰ্ধিত নিৰিখ।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!