সাধাৰণ জনতাৰ মূৰত মাধমাৰ, আকৌ বৃদ্ধি পালে গেছ চিলিণ্ডাৰৰ দাম…

সাধাৰণ জনতাৰ মূৰত আকৌ মাধমাৰ।

পুনৰ বৃদ্ধি পালে বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম।

১৯ কেজি বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম ১০৫ টকাকৈ বৃদ্ধি।

আজিৰে পৰা কাৰ্যকৰী হ’ব এই নতুন নিৰিখ।

বৰ্দ্ধিত মূল্যৰে দিল্লীত বাণিজ্যিক চিলিণ্ডাৰৰ দাম হ’লগৈ ২০১২ টকা।

আনহাতে ২৭ টকা বৃদ্ধি হৈছে ৫ কেজি ওজনৰ এলপিজি চিলিণ্ডাৰৰ মূল্য।

Leave a Comment