সপোন বাস্তৱত পৰিণত হ’ল এলভিছ আলী হাজৰিকাৰ, নৰ্থ চেনেল সাঁতুৰি ৰচিলে ইতিহাস…

অৱশেষত সপোন বাস্তৱত পৰিণত হ’ল অসম সন্তান এলভিছ আলী হাজৰিকাৰ।

ইউৰোপৰ নৰ্থ চেনেল সাঁতুৰি ইতিহাস ৰচিলে এলভিছ আলী হাজৰিকা।

একেৰাহে ১৪ ঘণ্টা ৩৮ মিনিটত সাঁতুৰি পাৰ হ’ল নৰ্থ চেনেল।

image 149
সপোন বাস্তৱত পৰিণত হ’ল এলভিছ আলী হাজৰিকাৰ, নৰ্থ চেনেল সাঁতুৰি ৰচিলে ইতিহাস... 3

এই গৌৰৱ অৰ্জন কৰা প্ৰথমজন অসমীয়া এলভিছ আলী হাজৰিকা।

আনহাতে নৰ্থ চেনেল পাৰ হোৱা ভাৰতৰ প্ৰথমজন বয়সস্থ সাঁতোৰবিদ হিচাপে পৰিগণিত হৈছে এলভিছ আলী হাজৰিকা।

image 148
সপোন বাস্তৱত পৰিণত হ’ল এলভিছ আলী হাজৰিকাৰ, নৰ্থ চেনেল সাঁতুৰি ৰচিলে ইতিহাস... 4

এছিয়াৰ প্ৰথমটো ৰীলে দলৰ সদস্য হিচাপে এই কৃতিত্ব অৰ্জন কৰিলে আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদজনে।