অসম
সদৌ অসম ছাত্ৰ সন্থালৈ আহিব বৃহৎ পৰিৱৰ্তন, নিৰ্ধাৰণ হ’ব নেতাৰ বয়স…

সদৌ অসম ছাত্ৰ সন্থাই শীঘ্ৰেই আহিব বৃহৎ পৰিৱৰ্তন।
সদৌ অসম ছাত্ৰ সন্থাত শীঘ্ৰেই নিৰ্ধাৰণ হ’ব নেতাৰ বয়স।
সেই অনুসৰি ৪০ ঊৰ্ধ্বৰ কোনো নেতাই কৰিব নোৱাৰিব আছু।
দুলীয়াজান অধিৱেশনত হোৱা সংশোধনী সংবিধান অনুসৰি চলিত বৰ্ষৰ নৱেম্বৰত হ’বলগীয়া মৰিগাঁও অধিৱেশনৰ পৰা ৪০ ঊৰ্ধ্বৰ কোনো নেতাই কৰিব নোৱাৰিব আছু।