অসম
সংখ্যালঘু ছাত্রবৃত্তি কেলেংকাৰীৰ অভিযোগত নিলম্বন হ’ল দুগৰাকী প্ৰধান শিক্ষক…

সংখ্যালঘু ছাত্রবৃত্তি কেলেংকাৰীৰ অভিযোগত নিলম্বন হ’ল দুগৰাকী প্ৰধান শিক্ষক।
সংখ্যালঘু ছাত্রবৃত্তি কেলেংকাৰী আৰু চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগত হাইলাকান্দিত নিলম্বন দুই প্ৰধান শিক্ষকক।
হাইলাকান্দি শিক্ষা খন্ডৰ অন্তৰ্গত প্ৰেমলোচন হাইস্কুলৰ প্ৰধান শিক্ষক আব্দুৰ ৰহমান লষ্কৰক নিলম্বন।
আনহাতে পলীমংগল এম ই স্কুলৰ প্ৰধান শিক্ষক আব্দুল হালিম বৰভূঞাক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে।
হাইলাকান্দিৰ স্কুল পৰিদৰ্শক ড০ হিৰালাল বৰাৰ নিৰ্দেশত নিলম্বন কৰা হয় দুই প্ৰধান শিক্ষকক।