fbpx
অসম

ষষ্ঠ অনুসূচীৰ অধীনৰ ৬ জিলাত ৩০ এপ্ৰিলত অনুষ্ঠিত হ’ব বিশেষ টেট…

ষষ্ঠ অনুসূচীৰ অধীনৰ ৬ জিলাত ৩০ এপ্ৰিলত অনুষ্ঠিত হ’ব বিশেষ টেট।

ছেবাই অনুষ্ঠিত কৰিব এই বিশেষ টেট পৰীক্ষা।

আজিৰে পৰা আৰম্ভ হৈছে আৱেদন প্ৰক্ৰিয়া।

লগতে ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ত প্ৰদান কৰিব টেবলেট।

আগন্তুক শিক্ষা বৰ্ষত প্ৰদান কৰা হ’ব এই টেবলেট।

সংবাদমেলযোগে এই কথা সদৰি কৰিছে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।

Related Articles

Back to top button