ষট পূজাত অঘটন! সুৰামত্ত যুৱকে ফালি পেলায় আৰক্ষী জোৱানৰ ইউনিফৰ্ম, মাৰপিট কৰাৰো অভিযোগ…

ষট পূজাৰ আনন্দৰ মাজতে অঘটন।

ডিব্ৰুগড়ৰ লাহোৱালত ষট পূজাত অঘটন।

নিশা আৰক্ষী জোৱানক শিলগুটি নিক্ষেপ কৰিলে সুৰামত্ত যুৱকে।

সুৰামত্ত যুৱকে ফালি পেলায় আৰক্ষী জোৱানৰ ইউনিফৰ্মো।

লাহোৱাল থানাত কৰ্মৰত বিতোপন বৰুৱা নামৰ আৰক্ষী জোৱানজনক আক্ৰমণ.

আনহাতে আগুচি ধৰি মাৰপিট কৰাৰো গুৰুতৰ অভিযোগ।

লাহোৱালৰ চেঁচা দলঙত সংঘটিত হৈছে এই ঘটনা।