অসমীয়াৰাষ্ট্ৰীয়

শ্বাস-প্ৰশ্বাসৰ ৰোগত আক্ৰান্ত ছোনীয়া গান্ধী! হাস্পতালত ভৰ্তি…

নিউজ ডেস্কঃ হঠাৎ অসুস্থ কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষা ছোনীয়া গান্ধী।

শ্বাস-প্ৰশ্বাসৰ ইনফেকশ্যনত আক্ৰান্ত কংগ্ৰেছ নেত্ৰীগৰাকী।

ছোনীয়া গান্ধীক ভৰ্তি কৰা হৈছে দিল্লীৰ ছাৰ গংগাৰাম হাস্পতালত।

হাস্পতালত বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত ৰখা হৈছে তেওঁক।

এই তথ্য প্ৰকাশ কৰিছে তেওঁৰ কন্যা প্ৰিয়ংকা গান্ধী বাদ্ৰাই।

বৰ্তমান ছোনীয়া গান্ধীৰ অৱস্থা সুস্থিৰ বুলি জানিবলৈ দিছে চিকিৎসকে।

Related Articles

Back to top button