fbpx
অসম

শোকৱহ দুৰ্ঘটনা! তীব্ৰবেগী বাহনৰ খুন্দাত প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই…

এক শোকাৱহ পথ দুৰ্ঘটনা।

তীব্ৰবেগী বাহনৰ খুন্দাত প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই।

ৰপহীহাটৰ বালিকাত সংঘটিত হৈছে এই দুৰ্ঘটনাটো।

তীব্ৰবেগী টাটা মোবাইল বাহনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে এগৰাকী মহিলাক।

ৰূপহী দিশৰ পৰা নলতলী অভিমুখে গৈ থকা অৱস্থাত এই দুৰ্ঘটনা সংঘটিত কৰে বাহনখনে।

ৰাস্তাৰ পৰা কিছু নিলগত বহি থকা মহিলা গৰাকীক খুন্দা মাৰে বাহনখনে।

আহত হোৱা মহিলা গৰাকী চিকিৎসালয়লৈ যোৱাৰ পথত মৃত্যু হয়।

দৰ্ঘটনাত পতিত হোৱা বাহন খনৰ নম্বৰ AS 21 C 9535 ।

ঘটনাস্থালীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!