অসম
শোকাৱহ! ৱাৰ্ড মেম্বাৰ কমলিকা ডেকাৰ অকাল বিয়োগ…

এক শোকাৱহ ঘটনা।
ৱাৰ্ড মেম্বাৰ কমলিকা ডেকাৰ অকাল বিয়োগ।
সৰ্থেবাৰী পৌৰসভাৰ ৱাৰ্ড মেম্বাৰ আছিল কমলিকা ডেকা।
সৰ্থেবাৰীৰ তামুলীচুপাৰ ৫নং ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰ কমলিকা ডেকা।
নিশা আহাৰ গ্ৰহণৰ পিছতে হঠাতে অসুস্থ হৈ মৃত্যু হয় কমলিকাৰ।