অসম
শোকাৱহ! ৰে’লৰ খুন্দাত একেলগে প্ৰাণ হেৰুৱালে পিতা-পুত্ৰই…

এক শোকাৱহ দুৰ্ঘটনা।
ৰে’লৰ খুন্দাত একেলগে প্ৰাণ হেৰুৱালে পিতা-পুত্ৰই।
ধুবুৰী জিলাৰ বিলাসীপাৰাত সংঘটিত হৈছে এই শোকাৱহ ঘটনা।
বিলাসীপাৰাৰ চাপটগ্ৰামত সোণকোষ নদীৰ ওপৰত থকা ৰেলৰ দলঙত সংঘটিত হৈছে এই ঘটনা।

ধুবুৰী-কামাখ্যা ফাষ্ট পেছেঞ্জাৰ ৰে’লৰ খুন্দাত নিহত হয় দুই পিতা-পুত্ৰ।
ধুবুৰীৰ পৰা কামাখ্যা অভিমুখে আহি আছিল ৰেলখন।

নিহত ইউছুফ আলী(৪০)আৰু ছাইদুৰ ইছলামৰ ঘৰ কোকৰাঝাৰ জিলাৰ জমুনাটাৰী গাঁৱত।
লগতে চাওকঃ
