অসম

শোকাৱহ! বহিঃৰাজ্যত দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটিলে অসমৰ যুৱক হৰিশে…

এক শোকাৱহ ঘটনা।

বহিঃৰাজ্যত দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটিলে অসমৰ এগৰাকী যুৱকে।

নতুন দিল্লীত সংঘটিত এক দুৰ্ঘটনাত মৃত্যু হয় অসমৰ যুৱকজনৰ৷

নিহত যুৱকজন দুলীয়াজানৰ হৰিশ শুকলা৷

কৰ্মসূত্ৰে নতুন দিল্লীত আছিল হৰিশ।

Related Articles

Back to top button