অসম
শোকাৱহ! বহিঃৰাজ্যত দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটিলে অসমৰ যুৱক হৰিশে…

এক শোকাৱহ ঘটনা।
বহিঃৰাজ্যত দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটিলে অসমৰ এগৰাকী যুৱকে।
নতুন দিল্লীত সংঘটিত এক দুৰ্ঘটনাত মৃত্যু হয় অসমৰ যুৱকজনৰ৷
নিহত যুৱকজন দুলীয়াজানৰ হৰিশ শুকলা৷
কৰ্মসূত্ৰে নতুন দিল্লীত আছিল হৰিশ।