অসম

শোকাৱহ পথ দুৰ্ঘটনা! মালবাহী ট্ৰাকৰ খুন্দাত থিতাতে নিহত এগৰাকী চাইকেল আৰোহী…

এক শোকাৱহ পথ দুৰ্ঘটনা।

মালবাহী ট্ৰাকৰ খুন্দাত থিতাতে নিহত এগৰাকী চাইকেল আৰোহী।

গোঁসাইগাঁৱত গুৰুফেলাৰ পানবাৰীত সংঘটিত হৈছে এই শোকাৱহ পথ দুৰ্ঘটনাটো।

নিহত লোকজন খাগ্ৰাবাৰী গাঁৱৰ সতীশ বসুমতাৰী বুলি জানিব পৰা গৈছে।

জানিব পৰামতে, চাইকেল আৰোহীজনে গুৰুফেলাৰ পৰা গৃহ অভিমুখে নিজৰ চাইকেলখনেৰে গৈ থকা অৱস্থাতে বংগ অভিমুখী MH26 BE8411 নম্বৰৰ মালবাহী ট্ৰাকখনে মহটিয়াই নিয়ে।

লোকজনৰ মৃত্যুৰ খবৰে অঞ্চলজুৰি পেলাইছে শোকৰ ছাঁ।

Related Articles

Back to top button