শোকাৱহ! পথ দুৰ্ঘটনাত অকালতে কৰুণ মৃত্যুক সাৱটিলে অংশুমান গগৈয়ে…

এক শোকাৱহ পথ দুৰ্ঘটনা!

পথ দুৰ্ঘটনাত অকালতে কৰুণ মৃত্যুক সাৱটিলে এগৰাকী যুৱকে।

মৃত যুৱকজন গোলাঘাটৰ বেতীয়নীৰ বুঢ়ালিস্কচন গাঁৱৰ অংশুমান গগৈ বুলি চিনাক্ত কাৰা হৈছে।

গোলাঘাটৰ শালমৰা বাইপাছত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো।

এ এছ ০৫ আৰ ৭৩১৭ নম্বৰৰ এখন মটৰচাইকেলত নিজ গৃহ অভিমুখে গৈ থকা অৱস্থাতে দুৰ্ঘটনাটত পতিত হয় যুৱক জন।

Accident 2

স্থানীয় লোকৰ অভিযোগ অনুসৰি দুৰ্ঘটনাটো সংঘটিত হোৱাৰ বহু সময়লৈকে ১০৮ আহি নোপোৱাত ঘটনাস্থলতে পৰি আছিল যুৱক জন।

পাছত গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসাললৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে যুৱকজনক।

লগতে চাওকঃ

মধুচন্দ্ৰিকা যাপন কৰিবলৈ আহি কৰুণ মৃত্যুক সাৱটিলে বিশাল আৰু নেহাই!

G3 22
শোকাৱহ! পথ দুৰ্ঘটনাত অকালতে কৰুণ মৃত্যুক সাৱটিলে অংশুমান গগৈয়ে... 3

Leave a Comment