অসম

শোকাৱহ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই গছত প্ৰচণ্ড খুন্দা দ্ৰুতবেগী বাহনৰ, এজনৰ কৰুণ মৃত্যু…

এক শোকাৱহ ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই গছত প্ৰচণ্ড খুন্দা দ্ৰুতবেগী বাহনৰ।

দুৰ্ঘটনাটোৰ ফলত কৰুণ মৃত্যু সাৱটি লয় এগৰাকী লোকে।

আনহাতে গুৰুতৰভাৱে আহত হৈছে আন চাৰিজনকৈ লোক।

চামগুৰিৰ তেলিয়া-সোণাৰি গাঁৱত সংঘটিত হৈছে এই শোকাৱহ পথ দুৰ্ঘটনাটো।

মৃত লোকজনৰ নাম জয়ন্ত হাজৰিকা বুলি জানিব পৰা গৈছে।

আহত আটাইকেইজনকে নগাঁও চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

Related Articles

Back to top button