শোকাৱহ দুৰ্ঘটনা! আৰক্ষীৰ বাহনৰ খুন্দাত কৰুণ মৃত্যুক সাৱটিলে এজনে…

এক শোকৱহ পথ দুৰ্ঘটনা।

আৰক্ষীৰ বাহনৰ খুন্দাত কৰুণ মৃত্যুক সাৱটিলে এজন লোকে।

আনহাতে দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হৈছে আন এজনৰম লোক।

লখিমপুৰৰ কদম কছাৰিত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়।

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত অৰুণাচল আৰক্ষীৰ তীব্ৰবেগী AR 01 N 0171 নম্বৰৰ ইস্কৰপিঅ’ বাহনে দুজন চাইকেল আৰোহীক মহটিয়াই লৈ যোৱাত সংঘটিত হয় দুৰ্ঘটনাটো।

দুৰ্ঘটনাটোত থিতাতে নিহত হয় এগৰাকী চাইকেল আৰোহী।

আন এগৰাকী সংকটজনক অৱস্থাত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।

Leave a Comment