অসম

শোকাৱহ! কৰ্তব্যস্থলীতে মৃত্যুক সাৱটিলে এগৰাকী আৰক্ষী জোৱানে…

এক শোকাৱহ ঘটনা।

কৰ্তব্যস্থলীতে মৃত্যুক সাৱটিলে এগৰাকী আৰক্ষী জোৱানে।

কাছাৰত সংঘটিত এই ঘটনা।

কৰ্তব্যস্থলীতে মৃত্যুক হোৱা আৰক্ষীৰ জোৱানগৰাকী সপ্তম কমাণ্ডো বাহিনীৰ হাবিলদাৰ উদ্ধৱ দাস।

ধলাইৰ এক প্রতিবাদস্থলীত কৰ্তব্যৰত আছিল হাবিলদাৰ উদ্ধৱ দাস।

P1

মিজোৰামৰ জে’লত অসমৰ এজন হেণ্ডিমেনৰ মৃত্যুক লৈ ধলাইত চলি আছিল প্রতিবাদ।

ঘটনাক লৈ স্থানীয় লোকে অৱৰোধ কৰিছিল ধলাই ৰাষ্ট্রীয় পথ।

পথ অৱৰোধস্থলীত কৰ্তব্যৰত অৱস্থাত অসুস্থ হৈ পৰিছিল আৰক্ষী জোৱানগৰাকী।

অসুস্থ জোৱান গৰাকীক ততাতৈয়াকৈ শিলচৰ মেডিকেল কলেজ হাস্পাতাললৈ নিয়া হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

Related Articles

Leave a Reply

Back to top button