fbpx
অসম

শোকাৱহ! কাপোৰ মেলিবলৈ গৈ পেয়িং গেষ্টৰ ছাঁদৰ পৰা পৰি কৰুণ মৃত্যু কলেজীয়া ছাত্ৰী ৰিশিতাৰ…

এক অতি শোকাৱহ ঘটনা।

কাপোৰ মেলিবলৈ গৈ পেয়িং গেষ্টৰ ছাঁদৰ পৰা পৰি কৰুণ মৃত্যু এগৰাকী কলেজীয়া ছাত্ৰীৰ।

পাঠশালাৰ কৃষ্ণনগৰত সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো।

মৃত ছাত্ৰীগৰাকী বজালীৰ বাঘমাৰাৰ ৰিশিতা দাস বুলি জানিব পৰা গৈছে।

ছাত্ৰীগৰাকী পাঠশালা কৃষ্ণকান্ত সন্দিকৈ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ছাত্ৰী আছিল।

কাপোৰ মেলি দিবলৈ গৈ ছাঁদৰ পৰা পৰি মৃত্যু হয় ছাত্ৰীগৰাকীৰ।

পাঠশালাৰ কৃষ্ণনগৰৰ ধীৰেন চৌধুৰীৰ ঘৰত পেয়িং গেষ্ট হিচাপে আছিল ৰিশিতা।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!