শোকাৱহ! ক’ভিডত আক্ৰান্ত হৈ আৰক্ষী বিষয়া মনোৰঞ্জন ফুকনৰ মৃত্যু…

সমগ্ৰ দেশৰ লগতে অসমতো পুনৰ আৰম্ভ হৈছে ক’ভিডৰ সংক্ৰমণ।

গুৱাহাটী মহানগৰীৰৰ লগতে ৰাজ্যত ভিন্ন প্ৰান্তত প্ৰতিদিনে বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।

এইবাৰ ক’ভিডত আক্ৰান্ত হৈ কৰুণ মৃত্যুক সাৱটিলে এগৰাকী আৰক্ষী বিষয়াই।

মৃত্যু হোৱা আৰক্ষী বিষয়াজনৰ নাম মনোৰঞ্জন ফুকন।

ডিব্ৰুগড়ত চিকিৎসাধীন হৈ আছিল আৰক্ষী বিষয়াজন।

সোণাৰিত কৰ্মৰত হৈ আছিল আৰক্ষী বিষয়াজন।

উল্লেখ্য যে, জ্বৰ হোৱাত ১৪ জুলাইত ফুকনক ভৰ্তি কৰা হৈছিল চিকিৎসালয়ত।

চৰাইদেউ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত কৰ্মৰত আছিল ফুকন।