শোকাবহ! ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু জনপ্ৰিয় গীটাৰিষ্ট সাগৰ বুঢ়াগোহাঁইৰ…

নিউজ ডেস্কঃ নিশা সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু এগৰাকী যুৱ শিল্পীৰ।

কমাৰগাঁৱৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা নৈশ বাছ আৰু চাৰিচকীয়া বাহনৰ সংঘৰ্ষত মৃত্যু জনপ্ৰিয় গীটাৰিষ্ট সাগৰ বুঢ়াগোহাঁইৰ।

image 15
শোকাবহ! ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু জনপ্ৰিয় গীটাৰিষ্ট সাগৰ বুঢ়াগোহাঁইৰ… 3

জানিব পৰা মতে, নিশা যোৰহাট দিশৰ পৰা আহি থকা এআৰ ০১কিউ ৫৬০৭ নম্বৰৰ নৈশ বাছখনৰ সৈতে সংঘৰ্ষ ঘটে এএছ ০৩টি ৪৪৪৩ নম্বৰৰ চাৰিচকীয়া বাহনখনৰ।

image 16
শোকাবহ! ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু জনপ্ৰিয় গীটাৰিষ্ট সাগৰ বুঢ়াগোহাঁইৰ… 4

দুৰ্ঘটনাত থিতাতে মৃত্যু ঘটে কমাৰগাঁৱৰ পানীদিঙীয়া গাঁৱৰ নিৱাসী তথা জনপ্ৰিয় গীটাৰিষ্ট সাগৰ বুঢ়াগোহাঁইৰ।