fbpx
অসমীয়াঅসম

শোকাবহ! দেওবাৰৰ ছুটিত নৈত মাছ মাৰিবলৈ গৈ সলিল সমাধি পৌৰসভাৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ…

মঙলদৈত শোকাবহ ঘটনা।

নৈত মাছ মাৰিবলৈ গৈ সলিল সমাধি এজন ব্যক্তিৰ।

নৈৰ পানীত ডুবি মৃত্যু মঙলদৈ পৌৰসভাৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীজন।

নিহত লোকজনৰ নাম জামিউল হুছেইন বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, দুপৰীয়া ইছলামপুৰ দলঙৰ তলত মাছ ধৰিবলৈ গৈছিল জামিউলে।

কিন্তু দ পানীত পিচলি পৰাৰ ফলত সলিল সমাধি ঘটে তেওঁৰ।

পিছত উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্ধাৰ কৰে লোকজনৰ মৃতদেহ।

Related Articles

Back to top button