fbpx
অসম

শোকাবহ ঘটনা! নদীত গা ধুবলৈ গৈ সন্ধানহীন শোভম আৰু জনাৰ্দন, পৰিয়ালত হাহাকাৰ…

এক শোকাৱহ ঘটনা।

নদীত গা ধুবলৈ গৈ সন্ধানহীন দুই কিশোৰ।

সন্ধানহীন দুই কিশোৰ ক্ৰমে শোভম নাথ আৰু ( ১৬) জনাৰ্দন দাস(১৮)।

জানিব পৰা মতে শোভম নাথ আছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থী আৰু জনাৰ্দন দাস আছিল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ্থী।

হোলীৰ আনন্দৰ মাজতে গোৱালপাৰাৰ দলগোমাৰ গোপালপুৰত সংঘটিত হৈছে এই শোকাবহ ঘটনা।

কৃষ্ণাই দুধনৈ নদীত গা ধুবলৈ যোৱাৰ পিছতে এই অঘটনটো সংঘটিত হৈছে

কিশোৰ দুজনৰ বিচাৰি অভিযান অব্যাহত আছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!