শােকাৱহ! ভয়ংকৰ পথ দুৰ্ঘটনাত পত্নীসহ প্ৰাণ হেৰুৱালে সেনাৰ চুবেদাৰ মেজৰ হনুমানদিন শৰ্মাই…

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনা।

স্বগৃহলৈ ওভতাৰ পথত এক ভয়ংকৰ পথ দুৰ্ঘটনা পত্নীসহ প্ৰাণ গ’ল ভাৰতীয় সেনাৰ এগৰাকী চুবেদাৰ মেজৰৰ।

এই দুৰ্ঘটনা সংঘটিত হ’ল উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ-লক্ষ্ণৌ ঘাইপথত।

G1 32
শােকাৱহ! ভয়ংকৰ পথ দুৰ্ঘটনাত পত্নীসহ প্ৰাণ হেৰুৱালে সেনাৰ চুবেদাৰ মেজৰ হনুমানদিন শৰ্মাই... 5

জানিব পৰা মতে, মধ্য প্ৰদেশৰ ৰেৱা চহৰৰ নিবাসী হনুমানদিন শৰ্মা (৪৫) আৰু তেওঁৰ পত্নী সুভদ্ৰা শৰ্মা (৪২) লক্ষ্ণৌৰ পৰা নিজা বাহনেৰে ৰেৱা স্থিত গাঁৱলৈ গৈ থকা অৱস্থাত উত্তৰ প্ৰদেশৰ ৰায়বেৰেলী জিলাৰ আদৱা গাঁৱৰ ওচৰত গাড়ীৰ টায়াৰ বিস্ফোৰণ ঘটাত ডিভাইডাৰত খুন্দা মাৰে।

এই দুৰ্ঘটনাত এল্ট’ বাহনখন বিধ্বস্ত হৈ পৰাৰ লগতে ঘটনাস্থলীতে পত্নী সহ তেওঁৰ মৃত্যু ঘটে।

1 14
শােকাৱহ! ভয়ংকৰ পথ দুৰ্ঘটনাত পত্নীসহ প্ৰাণ হেৰুৱালে সেনাৰ চুবেদাৰ মেজৰ হনুমানদিন শৰ্মাই... 6

দুৰ্ঘটনাটোৰ পিছতে স্থানীয় আৰক্ষী আহি ঘটনাস্থলিত উপস্থিত হয় আৰু তেওঁলোকৰ লগত থকা পৰিচয় পত্ৰৰ যোগেৰে তেওঁলোকক চিনাক্ত কৰে।

ভাৰতীয় সেনাত সেৱা আগবঢ়োৱা ৰেৱাৰ বাসিন্দা চুবেদাৰ মেজৰ হনুমানদিন শৰ্মা আৰু তেওঁৰ পত্নীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতে সমগ্ৰ অঞ্চলটো শোকস্তব্ধ হৈ পৰিছে।

G4 20
শােকাৱহ! ভয়ংকৰ পথ দুৰ্ঘটনাত পত্নীসহ প্ৰাণ হেৰুৱালে সেনাৰ চুবেদাৰ মেজৰ হনুমানদিন শৰ্মাই... 7

সােমবাৰে বিয়লি পৈতৃক গাঁও ৰেৱা জিলাৰ মনগৱা উচাটােলাত অগণন লােকৰ উপস্থিতিত স্বামী-স্ত্ৰীৰ শেষকৃত্য সম্পন্ন কৰা হয়।

লগতে চাওকঃ

হৃদয়স্পৰ্শী! দেশৰ সুৰক্ষাত নিয়োজিত মাতৃ, কাষতে একান্তমনে খেলি আছে কণমাণিয়ে…

G3 25
শােকাৱহ! ভয়ংকৰ পথ দুৰ্ঘটনাত পত্নীসহ প্ৰাণ হেৰুৱালে সেনাৰ চুবেদাৰ মেজৰ হনুমানদিন শৰ্মাই... 8

Leave a Comment