অসমঅসমীয়া

শােকাৱহ পথ দুৰ্ঘটনাত অসম আৰক্ষীৰ জােৱান লক্ষী টেৰণৰ মৃত্যু

নিউজ ডেস্ক। পথ দুৰ্ঘটনা ৰােধ কৰিবলৈ অসম আৰক্ষীয়ে ব্যাপক প্ৰচেষ্টা অব্যাহত ৰখাৰ মাজতে এক শােকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী অসম আৰক্ষীৰ জােৱানে।

এই দুৰ্ঘটনাৰ স্থান মহানগৰীৰ পাৰ্শ্বৱৰ্তী যােৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথ।

a5

জানিব পৰা মতে, উজনি অসম অভিমুখী AS 09AC 6657 নম্বৰৰ ট্ৰাক এখনে পিছফালৰ পৰা মহটিয়াই AS 01AJ 7453 পালছাৰ বাইক এখনক।

11-7

দুৰ্ঘটনাটোৰ ফলত নিহত হয় ক্ষেত্ৰী দপতাৰ লক্ষী টেৰণ। তেওঁ অসম আৰক্ষীৰ DIAL 100 ত কৰ্মৰত আছিল।

লগতে চাওকঃ

চুইফ্ট ডিজায়াৰ সৈতে সংঘৰ্ষৰ পাছত মৃত্যু স্কুটী আৰােহী স্বাস্থ্যকৰ্মীৰ, আহত পুত্ৰ

Related Articles

Leave a Reply

Back to top button